Expert in study
alarm
Ask
Environmental Sciences
Ragemaster Ragemaster Sep 13, 2021

বস্তৰ দৃঢ়তা বুলিলে কি বুজা?

answers: 1
Register to add an answer
The time for answering the question is over
Answer:

Answer:

দৃঢ়তা পদাৰ্থৰ এটা বৈশিষ্ট্য ষাৰ বাবে পদাৰ্থই এটা নিৰ্দিষ্ট আকৃতিৰ হয়। কঠিন পদাৰ্থৰ দৃঢ়তা খুব বেছি। সেইবাবে ইহঁতৰ ওপৰত বল প্ৰয়োগ কৰিলে ভাঙি যাব পাৰে, কিন্তু আকৃতিৰ পৰিবৰ্তন কৰা টান। জুলীয়া পদাৰ্থৰ দৃঢ়তা কম। আনহাতে গেছীয় পদাৰ্থৰ দৃঢ়তা নাই।

149
Fabiani Fabiani
Sep 13, 2021
For answers need to register.
Contacts
mail@expertinstudy.com
Feedback
Expert in study
About us
For new users
For new experts
Terms and Conditions